Classifieds
View All
গুৱাহাটী, ২ ছেপ্টেম্বৰঃ অসম লোকসেৱা আয়োগ (এপিএছচি) কেলেংকাৰীৰ আন এক ডাঙৰ খবৰ আহি পৰিছে। বুধবাৰে ন্যায়িক তদন্ত আয়োগে এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত পুনৰ ৩৯ জন অভিযুক্তলৈ জাননী প্ৰেৰণ কৰে।
উক্ত জাননীখন বিপ্লব শৰ্মা নেতৃত্বাধীন আয়োগে পূৰ্বে গ্ৰেপ্তাৰ কৰা ৩৯ জন অভিযুক্তলৈ প্ৰেৰণ কৰা হয়।
ইয়াৰ পূৰ্বে, এ পি এছ চি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত সকলো ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আটাইকেইজন অভিযুক্তক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত জামিন লাভ কৰিবলৈ সক্ষম হৈছিল।
Comments