Choose Language

  • All  
  • English
  • অসমীয়া

আজি অলিম্পিক পদক বিজয়ী মীৰাবাই চানুক সম্বৰ্ধনা জনাব গৃহমন্ত্ৰী অমিত শ্বাহে


Published on September 4, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

খেলপথাৰত বাৰে বাৰে প্ৰৱেশ কৰি অসুবিধাৰ সৃষ্টি কৰা "জাৰ্ভো ৬৯ ' 'ক  গ্ৰেপ্তাৰ


Published on September 4, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট শৃংখলাত বাৰে বাৰে খেলপথাৰত প্ৰৱেশ কৰা ইউটিউবাৰ ডেনিয়েল জাৰ্ভিছক চতুৰ্থ সংখ্যক ক্ৰিকেট টেষ্টৰ দ্বিতীয় দিনা মধ্যাহ্ন ভোজনৰ পূৰ্বে অ'ভেলত প্ৰৱেশ কৰা সন্দৰ্ভত অৱশেষত দক্ষিণ লণ্ডন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

' "জাৰ্ভো ৬৯ ' নামেৰে জনাজাত জাৰ্ভিছে তিনিখন খেলত তৃতীয়বাৰৰ বাবে খেলপথাৰত প্ৰৱেশ কৰিছে।

ইপিনে, বি চি চি আইৰ এটি সূত্ৰই নিশ্চিত কৰি কয় যে, "জাৰ্ভো ৬৯ ক খেলপথাৰত প্ৰৱেশ কৰি অসুবিধাৰ সৃষ্টি কৰি অহা পৰিপ্ৰেক্ষিতত দক্ষিণ লণ্ডন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।" লগতে জাৰ্ভো ৬৯ য়ে আন এটা মূৰত থিয় হৈ জনি বেয়াৰষ্ট'ৰ সৈতেও সংঘৰ্ষত লিপ্ত হৈছিল বুলি বি চি চি আইয়ে জানিবলৈ দিয়ে।
 

Ad
Cartoon
View Older

 

December 7, 2022



North-East
View Older

From Our Archive

Create Account