Classifieds
View All
গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ টকিঅ' পেৰালিম্পিকত ভাৰতৰ পেৰা শ্বুটাৰ মনীষ নাৰৱালে শ্বুটিং পি ৪ মিক্সড ৫০ মিটাৰ পিষ্টল এছ এইচ ১ ইভেণ্টত ভাৰতৰ হৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে, সিংৰাজেও ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰে।
মনীষে মুঠ ২১৮.২ নম্বৰৰ সৈতে প্ৰথম স্থান লাভ কৰে আৰু সিংৰাজে মুঠ ২১৬.৭ নম্বৰৰ সৈতে দ্বিতীয় স্থান লাভ কৰে।
ইয়াৰ সৈতে, ভাৰতৰ পদকৰ সংখ্যা ১৫ লৈ বৃদ্ধি হৈছে, যাৰ ভিতৰত আছে ৩ টা সোণ, ৭ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক আছে।
Comments