Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5807

গৰম বন্ধ অন্ত পৰিলেও বিদ্যালয়লৈ আহিব নালাগে শিক্ষাৰ্থীসকল:শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি


Published on June 15, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

কোকৰাঝাৰৰ অভয়াখুটিঁৰ দুই কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


Published on June 15, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ১৫ জুন:কোকৰাঝাৰৰ অভয়াখুটিঁৰ দুই কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা স্পষ্ট কৰে৷শুকুৰবাৰে কোকৰাঝাৰৰ অভয়াখুঁটি গাঁৱত সংঘটিত হৈছিল এই ঘটনা৷চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল দুই ভগ্নীৰ মৃতদেহ৷

কেইবাদিনো ধৰি অনুসন্ধান কৰাৰ পাছত এই কথা স্পষ্ট হৈছে।মৰণোত্তৰ পৰীক্ষাত  এই জঘন্য ঘটনা পোৰলৈ আহে৷আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে অপৰাধীকেইজন৷৭জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

অভিযুক্তই ধৰ্ষণ কৰি এই ঘটনাক হত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।BTRৰ আই জি পিয়ে সমগ্ৰ তথ্য মুখ্যমন্ত্ৰীক অৱগত কৰিছে।

Cartoon
View Older

 

August 5, 2021


Entertainment
View Older


From Our Archive

Create Account