Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5806

ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ এদিনীয়া শৃঙ্খলাৰ মহিলা ক্রিকেট দলৰ তালিকা প্ৰকাশ


Published on June 23, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফলাফল ড্ৰ হোৱাৰ আশা সৰ্বাধিক, হতাশ ক্ৰিকেটপ্ৰেমী


Published on June 23, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৩ জুন: ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম দুটা ইনিংছ সম্পূৰ্ণ নোহোৱাকৈয়ে পঞ্চম দিনত প্ৰৱেশ কৰিছে। পঞ্চম দিনত প্ৰৱেশ কৰা এই গুৰুত্বপূৰ্ণ খেলখনৰ ফলাফল দ্ৰ হিচাপে সমাপ্ত হোৱাৰ আশায়ে সৰ্বাধিক । কিয়নো দুদিন বৰষুণৰ বাবে এটাও বল নপৰাকৈ পৰিত্যক্ত হোৱা এই খেলখনৰ আন দুটাদিন কম পোহৰৰ বাবে সোনকালেই সামৰিব লগীয়া হৈছিল।

অমীমাংসিত ফলাফল হ'লেও ভাৰতে নিউজিলেণ্ডতকৈ বিদেশৰ মাটিত অধিক শৃংখলা জয় কৰিছে। আনহাতে এতিয়ালৈকে কিৱিবাহিনীয়ে বিদেশত এটাও শৃংখলা জয় কৰিব পৰা নাই।

ভাৰতে তেওঁলোকৰ তিনিখন বিদেশী শৃংখলাৰ দুখনতে জয় লাভ কৰিছে। কিন্তু ভাৰত ২০২০ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ২-০ত পৰাজিত হৈছিল। আনহাতে কিৱি বাহিনীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলা ড্ৰ কৰিছিল কিন্তু অষ্ট্ৰেলিয়াত ৩-০ ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হৈছিল।ভাৰত আকৌ অষ্ট্ৰেলিয়াত ২-১ শৃংখলাৰ ব্যৱধানত জয়যুক্ত হৈছিল।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

August 5, 2021


Entertainment
View Older


From Our Archive

Create Account