Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6682

জি এম চি এইচত ২৪ ঘণ্টাৰ ভিতৰতেই কিয় মৃত্যু হ'ল ১২ গৰাকী ক'ভিড আক্ৰান্তৰ?


Published on June 29, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

জিএমচিএইচত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট:নিশা নাথাকে এজনো জ্যেষ্ঠ চিকিৎসক


Published on June 29, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ২৯ জুন:গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিশা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট৷জিএমচিএইচত নিশা নাথাকে এজনো জ্যেষ্ঠ চিকিৎসক৷জ্যেষ্ঠ চিকিৎসকক নাপাই ক্ষুব্ধ মন্ত্ৰী কেশৱ মহন্ত৷

কিছু দিন আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিএমচিত নিশা জেষ্ঠ্য চিকিৎসক থকাটো বাঞ্চনীয় বুলি ঘোষণা কৰিছিল৷কিন্তু এই নিৰ্দেশনাৰ পাছতো নিশা নাছিল এজনো জ্যেষ্ঠ চিকিৎসক৷উল্লেখযােগ্য যে,সোমবাৰে জিএমচিএইচত ১২জন ক’ভিড আক্ৰান্তৰ মৃত্যু হয়৷

এই ঘটনাৰ পাছতে চিকিৎসালয়খনত স্বাস্থ্যমন্ত্ৰীৰ ছাডেন ভিজিট৷প্ৰতিটো মহলা তন্নতন্নকৈ পৰিদৰ্শন কৰে কেশৱ মহন্তই৷চিকিৎসকৰ ডিউটী লিষ্ট পৰীক্ষা কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে৷

Cartoon
View Older

 

January 26, 2022


Entertainment
View Older


From Our Archive

Create Account