Cartoon
View Older
গুৱাহাটী,৩০ জুন:ডিজিচিএয়ে আন্তঃৰাষ্ট্ৰীয় বিমানৰ ওপৰত নিষেধাজ্ঞা ৩১ জুলাইলৈকে বৃদ্ধি কৰিছে।
ডিজিচিএৰ প্ৰেছ বিজ্ঞপ্তিত কৈছে,'২৬ জুনৰ নিৰ্দেশনাৱলীৰ আংশিক সংশোধন কৰি আমি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমানৰ ওপৰত নিষেধাজ্ঞা ৩১ জুলাই,২০২১লৈ বৃদ্ধি কৰিছোঁ"।
অৱশ্যে, ডিজিচিএ-ৰ দ্বাৰা অনুমোদিত আন্তৰ্জাতিক কাৰ্গো ফ্লাইটৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব।
Comments