Classifieds
View All
গুৱাহাটী,৩০ জুন: মাত্ৰ ৩০ চেকেণ্ডত ১৪৬টা শব্দ উচ্চাৰণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে ঢকুৱাখনাৰ ঘিলামৰাৰ স্বাধীন গগৈয়ে। ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ছাত্ৰ স্বাধীন গগৈয়ে এই কৰ'না মহামাৰীৰ সময়ত ঘৰতে থাকি চলোৱা এই প্ৰচেষ্টা আজি সফল হ’ল।
মাত্ৰ ৩০ চেকেণ্ডত ১৪৬ শব্দ উচ্চাৰণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে যুৱকজনৰ লগতে পৰিয়ালৰ লোকে।
Comments