Choose Language

  • All  
  • English
  • অসমীয়া

নিউমোনিয়াৰ সময়ত পাকঘৰত উপলব্ধ সামগ্ৰীৰে কিদৰে উপচাৰ চলাব, জানক অতি সহজ উপায়


Published on June 30, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

মূল্যবৃদ্ধিৰ সময়ত এইবাৰ অমুলৰ মাধমাৰ, ১ জুলাইৰ পৰা প্ৰতি লিটাৰত ২ টকা বৃদ্ধি


Published on June 30, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৩০ জুন: গুজৰাট সমবায় গাখীৰ বিপণন সন্থাৰ দ্বাৰা উৎপাদিত অমুল (Amul) ব্ৰেণ্ডৰ গাখীৰ সমগ্ৰ দেশৰ লোকৰে প্ৰিয় খাদ্য হিচাপে জনাজাত। অমুল গাখীৰৰ উৎপাদন আৰু বিক্রী সন্দৰ্ভত সন্থাই আজি এক গুৰুত্বপূৰ্ণ নিৰ্ণয় গ্ৰহণ কৰে। অহা ১ জুলাই তাৰিখৰ পৰা অমুল ব্ৰেণ্ডৰ গাখীৰৰ মূল্য সমগ্ৰ দেশতে প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰা হ'ব বুলি সন্থাই জানিবলৈ দিয়ে। 

এই বৰ্ধিত মূল্য সুদীর্ঘ ১৭ মাহৰ ব্যৱধানৰ অন্তত উৎপাদন ব্যয় বৃদ্ধিৰ বাবে অমুল (আনন্দ মিল্ক ইউনিয়ন লিমিটেড) গাখীৰৰ প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰা হৈছে বুলি সন্থাৰ এগৰাকী জ্যেষ্ঠ্ বিষয়াই জানিবলৈ দিয়ে। "গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন লিমিটেড"ৰ পৰিচালন সঞ্চালক আৰ এছ সোধিয়ে উক্ত বিষয় সন্দৰ্ভত কয় যে, ১ জুলাই অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা সমগ্ৰ দেশতে অমুল গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি পাব। 

এই নতুন মূল্য অমুলৰ সকলো গাখীৰৰ ব্ৰেণ্ড যেনে, অমুল গল্ড, অমুল ফ্ৰেচ, অমুল শক্তি, অমুল টি-স্পেচিয়েলৰ লগতে 'অমুল কাউ এণ্ড বাফেলো মিল্ক'ৰ বাবে প্ৰযোজ্য হ'ব। সোধিয়ে লগতে কয় যে, "খাদ্যৰ মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ বাবে, গাখীৰৰ মূল্য বৃদ্ধি কৰাটো এতিয়া অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ইয়াৰ উপৰিও, পেকেজিঙৰ ব্যয়ও ৩০ ৰ পৰা ৪০ শতাংশ বৃদ্ধি কৰিবলগীয়া হৈছে। ডিজেল ইন্ধনৰ ব্যয়বহুলতাৰ লগতে পৰিবহনৰ ব্যয় ৩০ শতাংশ বৃদ্ধি পাইছে আৰু বিদ্যুতৰ ব্যয় প্ৰায় ৩০ শতাংশ বৃদ্ধি পাইছে। এই সকলোবোৰ দিশ সাঙুৰি অমুল ব্ৰেণ্ডৰ গাখীৰৰ মূল্যবৃদ্ধি কৰিব লগীয় হৈছে।"


Published on January 1, 1970|News Source :
Cartoon
View Older

 

May 26, 2022


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account