Cartoon
View Older
গুৱাহাটী,৭ জুলাই:ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ অধিনায়কত্বৰ কালত ভাৰতীয় দলটোক তিনিটা আইচিচি খিতাপ জয়ৰ নেতৃত্ব দিছিল। তেওঁৰ অধিনায়কত্বত, ভাৰতে ২০০৭ টি-২০ বিশ্বকাপ, ২০১১ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী জিকিছিল। ধোনী কিছুমান সাহসী সিদ্ধান্ত লোৱাৰ বাবে জনাজাত আছিল যিয়ে সদায় তেওঁৰ দলটোক খেলখন জিকিবলৈ সহায় কৰিছিল। আজি ধোনিৰ ৪০তম জন্মদিন।
ধোনিৰ জন্মদিনৰ দিনা সকলোৱে এইজনা মহান ক্ৰিকেটাৰক শুভেচ্ছা জনায়। মহম্মদ কাইফ, সুৰেশ ৰাইনা, নৱদ্বীপ চাইনিৰ লগতে আই. পি.এলৰ প্ৰত্যেকটো দলে তেওঁলৈ বাৰ্তা টুইটাৰত শ্বেয়াৰ কৰি জন্মদিনৰ ওলগ জনায়।
১) পঞ্জাৱ কিংছ:
২) কলকাতা নাইট ৰাইডাৰছ:
৩) ৰাজস্থান ৰয়েলছ:
৪) ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ:
৫) বি.চি.চি. আই:
Comments