Classifieds
View All
গুৱাহাটী,১৪ জুলাই: শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰত অহা দুমাহৰ ভিতৰতে এক পৰ্টেল মুকলি কৰা হ'ব । কিন্তু এই বদলীকৰণ কিছুমান নীতি নিয়মৰ মাজেৰেহে সম্পন্ন হ'ব।
নিয়মসমূহৰ ভিতৰত অন্যতম হৈছে কোনো শিক্ষকে বদলিৰ বাবে শিক্ষকজনে নূন্যতম ১০ বছৰ একেখন বিদ্যালয়ত চাকৰি কৰাৰ চৰ্ত পূৰণ কৰিব লাগিব । নিৰাপত্তা আৰু স্বাস্থ্যজনিত কাৰণটো বদলিৰ বাবে কৰিব পাৰিব আবেদন ।
শিক্ষকসকলে এই পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব । আনহাতে প্ৰাথমিক তথা মাধ্যমিক বিদ্যালয়ৰ আন্তঃ গাঁথনি উন্নয়নৰ ক্ষেত্ৰত শিক্ষা বিভাগে ২০১৮ চনৰ গুণোৎসৱৰ ভিত্তিত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ।
Comments