Cartoon
View Older
গুৱাহাটী,১৪ জুলাই:চনি টিভিৰ সংগীতৰ ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডল-১২ৰ জনপ্ৰিয়তাই ইতিহাসৰ সৃষ্টি কৰাৰ মাজতে প্রিয় প্ৰতিযোগী গৰাকীৰ সৰু কালৰ ফটো চাই আলোড়িত হৈ পৰিছে দৰ্শক । শেহতীয়াকৈ এই শ্ব'ত পৰা বাহিৰ হৈছিল আশীষ কুলকাৰ্ণী। কম ভোটৰ বাবে আশীষে শীৰ্ষ ৬ ত স্থান লাভ কৰিব নোৱাৰিলে। অন্তিম ৬ প্ৰতিযোগী হৈছে পৱনদীপ ৰাজন,স্বায়েলি কাম্বলে,নিহাল টাউৰো,অৰুণিতা কাঞ্জিলাল,মহম্মদ দানিছ,সন্মুখা প্ৰিয়া,
১) পৱনদীপ ৰাজন
২) স্বায়েলি কাম্বলে
৩) নিহাল টাউৰো
৪) অৰুণিতা কাঞ্জিলাল
৫) মহম্মদ দানিছ
৬) সন্মুখা প্ৰিয়া
Comments