Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
6254

আপোনাৰ শৰীৰত ভিটামিনৰ অভাৱ ঘটিবলৈ আৰম্ভ হৈছে নেকি; জানক কাৰকসমূহ


Published on July 17, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

পশ্চিমবংগত ঘটিল এক আশ্চৰ্য্যজনক ঘটনা; জন্ম হ'ল ৮ ভৰিৰ এটা ছাগলীৰ পোৱালি


Published on July 17, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৭ জুলাইঃ পশ্চিমবংগৰ ২৪ নং উত্তৰ পৰগণাৰ পৰা এটা অবিশ্বাস্য ঘটনা পোহৰলৈ আহিছে। য'ত এজনী ছাগলীয়ে চাৰিখন নহয়, ৮ খন ভৰি থকা এটা অদ্ভুত পোৱালি জন্ম দিয়ে। উক্ত ঘটনাটোৰ বিষয়ে গম পোৱাৰ লগে লগে স্থানীয় লোকসকলৰ লগতে সমগ্ৰ অঞ্চলৰ লোক সকলে ছাগলীৰ পোৱালিটোক চাবলৈ ভিৰ কৰে।

উক্ত ঘটনাটো বাওদ পঞ্চায়তৰ কালমেঘা অঞ্চলত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় বাসিন্দা সৰস্বতী মণ্ডল নামৰ মহিলাগৰাকীৰ পোহনীয়া ছাগলীটোৱে দুটা পোৱালি জন্ম দিয়ে। ইয়াৰে এটা পোৱালি স্বাভাবিক অৱস্থাত আছিল, কিন্তু আনটো পোৱালিৰ ৮ খন ভৰি থকা দেখি প্ৰথমতে মহিলা গৰাকীয়ে ভয় খাইছিল কাৰণ, সৰস্বতী  নামৰ মহিলাগৰকীয়ে সাধাৰণতে প্ৰতিপালন কৰি গৰু আৰু ছাগলীৰ ৪ খন ভৰি দেখি আহিছে। কিন্তু প্ৰথমবাৰৰ বাবে তেওঁলোকে এটা ৮ খন ভৰি থকা ছাগলীৰ পোৱালি দেখি হতবাক হৈ পৰিছিল। 

অৱশ্যে, ছাগলীৰ পোৱালিটো জন্ম হোৱাৰ কিছু সময় পিছতে মৃত্যু হয়। আনহাতে ছাগলীৰ দ্বিতীয়টো পোৱালি সম্পূৰ্ণ স্বাস্থ্যৱান। ইপিনে, স্থানীয় গাওঁবাসীয়ে উক্ত ঘটনা সন্দৰ্ভত কয় যে, "আমি প্ৰথমবাৰৰ বাবে এনে দৃশ্য দেখিছো। ইয়াৰ পূৰ্বে আগতে কেতিয়াও এনে ৮ খন ভৰি থকা ছাগলীৰ পোৱালি জন্ম পোৱা শুনা নাছিলো।"
 

Cartoon
View Older

 

September 21, 2021


Entertainment
View Older


From Our Archive

Create Account