Classifieds
View All
গুৱাহাটী,১৯ জুলাই:ৰাজ্যপালৰ নিৰ্দেশনাক অনুকৰণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ঠিকা ভিত্তিক শিক্ষকৰ কৰ্তন কৰা হ’ল চাকৰি ৷
বহু দিন ধৰি স্থায়ী শিক্ষক আৰু আন্তঃগাঠনিৰ অভাৱতে চলি আছে এই বিশ্ববিদ্যালয়খন । ২০১৮ চনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে কেইবাটাও বিভাগত অতিৰিক্ত অতিথি বা ঠিকা ভিত্তিক শিক্ষকক নিযুক্তি দিয়া হৈছিল ৷ ঠিকা ভিত্তিক শিক্ষকৰ দ্বাৰাই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ পাঠদান চলাই আছিল কৰ্তৃপক্ষই ৷কিন্তু হঠাৎ এক পত্ৰযোগে আচাৰ্যৰ এই নিৰ্দেশ অহাৰ পিছত সেই শিক্ষকসকলক এখন জাননীযোগে অব্যাহতি দিবলগীয়া হয় বিশ্ববিদ্যালয় কতৃপক্ষই ।
Comments