Cartoon
View Older
গুৱাহাটী,২৩ জুলাইঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি প্ৰফেছাৰ প্ৰভা শংকৰ শুক্লাক উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়ৰ (North Eastern Hill University or NEHU) উপাচাৰ্য্য ৰূপে অহা পাঁচ বছৰলৈ নিযুক্তি দিয়ে।
প্ৰফেছৰ শুক্লা বৰ্তমান উত্তৰখণ্ডৰ জি বি পণ্ট কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত কৰ্মৰত।
Comments