Classifieds
View All
গুৱাহাটী, ২৪ জুলাইঃ মণিপুৰৰ মহিলা ভাৰউত্তোলক ২৬ বছৰীয়া মীৰাবাই চানুৱে আজি টকিঅ' অলিম্পিকত ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰে।
অলিম্পিকৰ ভাৰউত্তোলনত এইটো ভাৰতৰ প্ৰথম ৰূপৰ পদক।
আজি ফাইনেলত চানুৱে মুঠ ২০২ পইণ্ট অৰ্জন কৰি ৰূপৰ পদক লাভ কৰে।
সোনৰ পদক লাভ কৰে চীনৰ হ' জিনহুইয়ে। ব্ৰঞ্জৰ পদকটো লাভ কৰে ইন্দোনেছিয়াই।
Comments