Classifieds
View All
গুৱাহাটী, ২৯ জুলাইঃ আজি অনুষ্ঠিত হোৱা গ্ৰুপ এৰ পুৰুষ হকী খেলখনত ভাৰতে অন্তিম দুই মিনিটত দুবাৰকৈ গ'ল কৰি অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰ্জেণ্টিনাক ৩-১ গ'লত পৰাস্ত কৰে।
উক্ত জয়ে ভাৰতক কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে আৰু পৰৱৰ্তী গ্ৰুপ এৰ অন্তিমখন খেল ভাৰতে জাপানৰ বিৰুদ্ধে খেলিব।
ভাৰতৰ বৰ্তমান চাৰিখন খেলৰ পৰা ৯ পইন্ট অৰ্জন কৰিছে।
Comments