Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6257

প'ল ভল্টৰ বিশ্ব বিজয়ী ছেম কেন্দ্ৰিক্স ক'ভিড-১৯ পজিটিভ, টকিঅ' অলিম্পিকৰ পৰা বাহিৰ


Published on July 29, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

টকিঅ' অলিম্পিকঃ পুৰুষৰ হকী খেলত আৰ্জেণ্টিনা ভাৰতৰ হাতত ৩-১ গ'লত পৰাস্ত, কোৱাৰ্টাৰ ফাইনেলক প্ৰৱেশ ভাৰতৰ


Published on July 29, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২৯ জুলাইঃ আজি অনুষ্ঠিত হোৱা গ্ৰুপ এৰ পুৰুষ হকী খেলখনত ভাৰতে অন্তিম দুই মিনিটত দুবাৰকৈ গ'ল কৰি অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰ্জেণ্টিনাক ৩-১ গ'লত পৰাস্ত কৰে।

উক্ত জয়ে ভাৰতক কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে আৰু পৰৱৰ্তী গ্ৰুপ এৰ অন্তিমখন খেল ভাৰতে জাপানৰ বিৰুদ্ধে খেলিব।

ভাৰতৰ বৰ্তমান চাৰিখন খেলৰ পৰা ৯ পইন্ট অৰ্জন কৰিছে।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

September 22, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account