Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
6254

মোৰ লক্ষ্য এতিয়া ছেমিফাইনেল; পিন্ধিব মন সোণৰ পদক; লাভলিনা বৰগোহাঁই


Published on July 30, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

টকিঅ' অলিম্পিক: জাপানৰ য়ামাগুচিক হৰুৱাই পি ভি সিন্ধুৰ ছেমিফাইনেলত প্ৰৱেশ


Published on July 30, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৩০ জুলাইঃ চলিত টকিঅ' অলিম্পিকৰ শুক্ৰবাৰে অনুষ্ঠিত হোৱা মহিলা বেডমিণ্টনৰ (একক) কোৱাৰ্টাৰ ফাইনেল খেলত ভাৰতীয় বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে জাপানৰ আকানে য়ামাগুচিক ২১-১৩, ২২-২০ ত পৰাস্ত কৰি ছেমিফাইনেললৈ অগ্ৰসৰ হয় আৰু ভাৰতৰ বাবে আৰু এটি পদক নিশ্চিত কৰিবলৈ সক্ষম হয়। 

বৰ্তমান খেলুৱৈ গৰাকীয়ে ছেমিফাইনেল, আৰু ফাইনেল খেলৰ দিশে ধাৱমান হ'বলৈ দুৰ্দান্ত অনুশীলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।

Cartoon
View Older

 

September 21, 2021


Entertainment
View Older


From Our Archive

Create Account