Cartoon
View Older
গুৱাহাটী, ৩১ জুলাইঃ চলিত টকিঅ' অলিম্পিকৰ শনিবাৰে অনুষ্ঠিত হোৱা একক মহিলা বেডমিণ্টনৰ ছেমিফাইনেল খেলত পি ভি সিন্ধুৱে টাই জু-য়িংৰ হাতত পৰাস্ত হয়।
ইয়াৰ লগে লগে ৰিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী আৰু বিশ্ব চেম্পিয়ন সিন্ধুৱে এতিয়া ব্ৰঞ্জৰ পদকৰ বাবে চীনৰ হি বিং জিয়াওৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব।
ইপিনে, সিন্ধুৰ প্ৰতিদ্বন্দী খেলুৱৈ টাই জুৱে ১১-৭ ত চাৰি পইণ্টৰ অগ্ৰগতি লাভ কৰে আৰু পৰৱৰ্তী ২১-১২ পইন্টলৈ অগ্ৰগতি লাভ কৰি জয়ৰ দিশে আগুৱাই যায়।
Comments