গুৱাহাটী, ২৯ জুলাইঃ বীৰ লাছিত সেনা, অসমৰ সদস্যসকলে অসমীয়াৰ ঐতিহ্যবহনকাৰী গামোছালৈ গুৱাহাটীস্থ মিজোৰাম হাউছত অসম–মিজোৰাম সীমান্তত উদ্ভৱ হোৱা সংঘাতৰ ফলত মিজোৰাম সীমান্তত আৰক্ষী হত্যাৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে।
February 1, 2023
Comments