Cartoon
View Older
গুৱাহাটী,২৯ জুলাই:বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই বৃহস্পতিবাৰে ঘোষণা কৰে যে থাওৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে ১ আগষ্টত গেৰুৱা দলত যোগদান কৰিব।
দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ভবেশ কলিতাই কয় যে আগষ্টৰ শেষ সপ্তাহত এই আই ইউ ডি এফৰ বিধায়ক ফণী তালুুকদাৰেও দলটোত যোগদান কৰিব।
গেৰুৱা দলটো দ্বিতীয়বাৰৰ বাবে অসমত শাসনলৈ অহাৰ পিছত সুশান্ত বৰগোহাঁই কংগ্ৰেছ দলৰ দ্বিতীয়জন বিধায়ক হ'ব যিয়ে বিজেপিত যোগদান কৰিব।
Comments