Cartoon
View Older
গুৱাহাটী, ৫ আগষ্টঃ চলিত টকিঅ' অলিম্পিকৰ বৃহস্পতিবাৰে পুৱা ব্ৰঞ্জৰ পদকৰ অনুষ্ঠিত হোৱা পুৰুষ হকী দলৰ খেলত ভাৰতে জাৰ্মানীৰ বিৰুদ্ধে ৫-৪ গ'লত জয়লাভ কৰে।
ইয়াৰ পূৰ্বে ১৯৮০ চনত মস্কোত অনুস্থিত হোৱা অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলে জয়লাভ কৰাৰ পিছত বৰ্তমানে ভাৰতীয় হকী দলৰ এই সফলতাত দেশবাসী আনন্দত আত্মহাৰা হৈ পৰিছে।
Comments