Classifieds
View All
গুৱাহাটী,৩ আগষ্টঃকাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন।কিন্তু কাইলৈ অলিম্পিকৰ ইতিহাসৰ সাক্ষী হ’ব অসম বিধানসভা।১১ বজাত অধিৱেশন স্থগিত ৰাখি লাভলীনাক সমৰ্থন জনাব।
৩০ মিনিটৰ বাবে সদন স্থগিত ৰাখিব।অসম বিধান সভাৰ অধ্যক্ষক এই প্ৰস্তাৱ দিছিল উপাধ্যক্ষ ডাঃ নোমল মমিনে।উল্লেখযোগ্য যে,কাইলৈ অলিম্পিকৰ ছেমি ফাইনেলত অসমৰ লাভলীনা মুখামুখি হ’ব তুৰ্কীৰ বুচানেজ চুৰমেনেলীৰ।
Comments