Classifieds
View All
গুৱাহাটী,৯ আগষ্ট:সোমবাৰে গুৱাহাটীৰ ৰূপনগৰস্থিত স্বাধীনতা সংগ্ৰামীৰ কাৰ্যালয়ত অসম ৰাজ্যিক স্বাধীনতা সংগ্ৰামী সন্থাই আয়োজন কৰা আৰু ৰাজ্য চৰকাৰৰ সহযোগত আয়োজিত এক অনুষ্ঠানত অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰাজ্যখনৰ স্বাধীনতা সংগ্ৰামীসকলক সম্বৰ্ধনা জনায়।
Comments