Classifieds
View All
গুৱাহাটী, ৯ আগষ্টঃ অসম-মিজোৰাম সীমান্ত সংঘাত আৰু উত্তেজনাময় অঞ্চলটোত পুনৰ শান্তি ঘূৰাই অনাৰ উদ্দেশ্যৰে আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।
অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে ৰাজ্যিক বিজেপিৰ সাংসদসকলো উক্ত বৈঠকত উপস্থিত থাকিব লগতে গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলকো সাক্ষাৎ কৰিব।
Comments