Cartoon
View Older
গুৱাহাটী,১২ আগষ্ট:আজি ৰাতিপুৱা পল্টনবজাৰ আৰক্ষী চকী আৰু কেন্দ্ৰীয় গুৱাহাটী আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৯ জন লোকক আটক কৰে।
১. সন্দেহজনক হেৰ'ইনৰ সৈতে ১৩৬ টা পাত্ৰ (১৯ গ্ৰাম)
২. নগদ ১২,২০০ টকা
৩. ম'বাইল হেণ্ডছেট ৪
গ্ৰেপ্তাৰ কৰা ব্যক্তিসকল হৈছে-
১. বাবুল আলী
২. কাছিম আলী
৩. মো. নীলচান্দ আলী
৪. বিপ্লব বিশ্বাস
৫. হাজৰা বেগম
৬. নাজিমা খাতুন
৭. আবিদুৰ ৰহমান
৮. আফছানা বেগম
৯. আব্দুল খালেক
Comments