Classifieds
View All
গুৱাহাটী, ১৪ আগষ্টঃ অসম বিধান সভাত প্ৰথম বাৰৰ বাবে ভাড়াতীয়া আইন ২০২১ উত্থাপন কৰা হয়। আইন অনুসৰি, ঘৰ ভাড়াত দিয়া মালিকসকলে স্বইচ্ছাই ভাড়া বৃদ্ধি কৰিব নোৱাৰিব।
অসম ভাড়াতীয়া আইন ২০২১ অনুসৰি ভাড়াতীয়া আৰু ঘৰৰ মালিকৰ মাজত এক উন্নত সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰিব আৰু বিভিন্ন ভাড়া গ্ৰহণ কৰা চুক্তিৰ সমস্যা সমাধান কৰাত সহায় কৰিব।
দুয়োটা পক্ষৰ মাজত সহমত হোৱাৰ পিছত ভাড়া নিৰ্ধাৰণ কৰা হ'ব।
Comments