Classifieds
View All
গুৱাহাটী, ১৪ আগষ্টঃ পঞ্জাবৰ পাটিয়ালাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা চৰাইদেউ জিলাৰ সুসন্তান সিদ্ধান্ত গগৈয়ে ৬১ কেজিৰ শাখাত আৰু সুদীপ্ত বৰুৱাই ৮১ কেজিৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
উক্ত প্ৰতিযোগিতাত অসমৰ লগতে চৰাইদেউ জিলাবাসীক গৌৰৱাম্বিত কৰা পৰিপ্ৰেক্ষিতত যোৰহাট সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে দুইগৰাকী অসম সন্তানক শুভেচ্ছা জ্ঞাপন কৰে।
Comments