Cartoon
View Older
গুৱাহাটী, ২২ নৱেম্বৰঃ জনপ্রিয় অভিনেতা কমল হাছানে ক'ভিডত আক্রান্ত হোৱাৰ খবৰ পোৱা গৈছে। তেওঁ অলপতে কমলৰ হাউচ অফ খাদ্দাৰ নামৰ কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰাৰ পিছত আমেৰিকাৰ পৰা উভতি আহিছিল। তাৰ পিছৰে পৰা সামান্য কাহৰ সমস্যাত ভুগি আহিছিল বুলি অভিনেতা গৰাকীয়ে টুইটাৰযোগে জানিবলৈ দিয়ে।
অভিনেতাজনক বৰ্তমান চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ লগতে অভিনেতা হাছানে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আৰু ক'ভিডক লৈ সদায়ে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।
Comments