Choose Language

  • All  
  • English
  • অসমীয়া

ধোনী-ৰোহিততকৈ সুদক্ষ অধিনায়ক হিচাপে বিবেচিত হোৱা খেলুৱৈ জন


Published on December 7, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

৫০ খন আন্তঃৰাষ্ট্ৰীয় খেল জয়ী হোৱা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ বিৰাট ক'হলী


Published on December 6, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৬ ডিচেম্বৰঃ বিৰাট ক'হলীৰ ৫০ তম টেষ্ট মেচত জয়ী হোৱা পৰিপ্ৰেক্ষিতত তেওঁৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত বিজয় হোৱা খেলৰ সংখ্যা ১৫৩ খন আৰু টি-২০ মেচ জয়ী হোৱাৰ সংখ্যা ৫৯ খনলৈ বৃদ্ধি হয়, যাৰ ফলত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ খেলুৱৈ হিচাপে পৰিণত হয়। 

 

বৰ্তমান, ক'হলীৰ এই সাফল্যত অভিনন্দন জনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) টুইটাৰত লিখিছে, "অভিনন্দন বিৰাট ক'হলী। খেলৰ প্ৰতিটো ফৰ্মেটত ৫০ খন আন্তঃৰাষ্ট্ৰীয় খেলত বিজয় লাভ কৰা আপুনি প্ৰথম জন খেলুৱৈ।"

ইপিনে, ঘৰুৱা খেলপথাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে এইটো টীম ইণ্ডিয়াৰ বিজয়ী হোৱা ক্ৰমাগত চতুৰ্থটো টেষ্ট শৃংখলা আছিল।

Cartoon
View Older

 

January 16, 2022


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account