Choose Language

  • All  
  • English
  • অসমীয়া

অবৈধ টকা বৈধ কৰাৰ গোচৰত ইডিৰ সন্মুখত হাজিৰ হ'ল অভিনেত্রী জেকলিন ফাৰ্ণাণ্ডেজ


Published on December 8, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

অবৈধ ২০০ কোটি টকা বৈধ কৰাৰ গোচৰত জেকুলিন ফাৰ্ণাণ্ডেজক ইডিৰ ৫ ঘন্টা জেৰা


Published on August 31, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৩১ আগষ্টঃ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে পঞ্জীভুক্ত এটা মানি লণ্ডাৰিং গোচৰ সন্দৰ্ভত অভিনেত্রী জেকুলিন ফাৰ্ণাণ্ডেজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ ইডিৰ বিষয়াসকলে অভিনেত্ৰীগৰাকীক ৫ ঘন্টা ধৰি জেৰা চলায়। 

২৩ আগষ্টত কাৰাগাৰৰ শাস্তি লাভ কৰা সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে তিহাৰ কাৰাগাৰৰ ভিতৰৰ এজন ডাঙৰ ব্যৱসায়ীৰ পত্নীৰ পৰা ২০০ কোটি টকা সংগ্ৰহ কৰাৰ ইডিয়ে প্ৰমাণ পাইছিল। সুকেশ আৰু অভিনেত্ৰী লীনা পলৰ চেন্নাই বাংলোত ইডিয়ে তালাচী চলোৱাৰ সময়ত বৃহৎ পৰিমাণৰ নগদ ধন আৰু ১৫ খন বিলাসী গাড়ীও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। 

ইপিনে, ইডিৰ এক বিশেষ সূত্রই জানিবলৈ দিয়া অনুসৰি জেকুলিন উক্ত গোচৰটোৰ কোনোধৰণেৰে জড়িত নহয় বুলি জানিব পৰা গৈছে। অভিনেত্রী জেকুলিনক কেৱল প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে চলি থকা গোচৰটোৰ সাক্ষী হিচাপে ভাষ্য গ্ৰহণ কৰা হৈছে, বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
 

Cartoon
View Older

 

January 16, 2022


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account