Classifieds
View All
গুৱাহাটী, ৯ ডিচেম্বৰঃ অসম ৰাইফলছৰ জোৱানে নগালেণ্ডত ১৩ জন সাধাৰণ নাগৰিকক গুলিয়াই মৰা ঘটনাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলৰ লগতে উত্তৰ-পূৱ ছাত্ৰ সন্থাৰ সদস্যসকলে কেন্দ্ৰীয় চৰকাৰক সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন(AFSPA)খন উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ পৰা বাতিল কৰাৰ দাবী জনাই গুৱাহাটীত এক প্ৰতিবাদী ধৰ্না দিয়ে।
Comments