Classifieds
View All
গুৱাহাটী, ১১ ডিচেম্বৰঃ কলিয়াবৰত গুৱাহাটী-শিলঘাট অভিমুখী ৰে'লৰ খুন্দাত এজনী মাইকী হাতীৰ কৰুণ মৃত্যু হয়। জাওকটা গাঁৱত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৰে'লৰ তীব্র খুন্দাৰ ফলত হাতীটো প্ৰায় ১৫ মিটাৰ দূৰত্বলৈ উফৰি পৰে।
বন্যপ্ৰাণী সংৰক্ষিত অঞ্চল হিচাপে ঘোষিত হোৱাৰ লগতে বন বিভাগৰ লিখিত আৱেদন কৰা পিছতো ৰে'ল চালকৰ এই অসাৱধানতাত স্থানীয় লোকসকলে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে।
Comments