Choose Language

  • All  
  • English
  • অসমীয়া

বিকি-কেটৰিনাৰ বিবাহৰ পৰা কি শিক্ষা লোৱা উচিত ! দিল্লী আৰক্ষীয়ে দিলে উত্তৰ


Published on December 10, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ৰঙা সাজত যুগ্ম জীৱনৰ পাতনি মেলিলে কইনা কেটৰিনাই, অতি সুন্দৰ ৰূপত দেখা গ'ল দুয়ো তাৰকাক


Published on December 10, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১০ ডিচেম্বৰঃ বলীউড তাৰকা বিকি কৌশল আৰু কেটৰিনাৰ বিয়াৰ ফটোৰ বাবে সকলো অনুৰাগীয়ে অধিৰ আগ্ৰহেৰে বাট চাই আছিল আৰু সেই অপেক্ষাৰ অন্ত পেলাই শেহতীয়াকৈ দুয়ো নৱ-বিবাহিত দম্পতিৰ বিয়াৰ কিছুমান বিশেষ ফটো সামাজিক মাধ্যমত দেখিবলৈ পোৱা হৈছে। বিকি আৰু কেটৰিনাই নিজেই তেওঁলোকৰ বিয়াৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল য'ত দুয়োৰে মাজৰ প্ৰেম স্পষ্টৰূপত প্ৰতিফলিত হৈছিল। বিকি কেটৰিনাৰ বিয়াৰ ফটোবোৰত দম্পতীহালক অধিক আনন্দিত ৰূপত দেখা গৈছে লগতে দুয়োজনে ইজনে সিজনৰ প্ৰেমত নিমজ্জিত হৈ থকা দেখা গৈছে।

বিকি কৌশল আৰু কেটৰিনা কাইফে যিমান দূৰ সম্ভৱ তেওঁলোকে নিজৰ সম্বন্ধৰ বিষয়ে গোপনীয়তা বজাই ৰাখিছিল। ইপিনে, চলিত বৰ্ষৰ আটাইতকৈ বিশেষ বিবাহ অনুষ্ঠানটো ৰাজস্থানৰ চৱাই মাধোপুৰৰ চিক্স চেঞ্চ ফৰ্টত অনুষ্ঠিত হৈছিল। য'ত দুয়োজনে পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত বিবাহ পাশত আৱদ্ধ হৈছিল। 

কেটৰিনা কাইফে বিয়াত ৰঙা ৰঙৰ কইনাৰ সাজ পিন্ধিছিল আৰু বিকি কৌশলে এটা পাঞ্জাৱী শ্বেৰৱানী পিন্ধিছিল। বিকি কৌশল আৰু কেটৰিনা কাইফ বিয়াৰ বিশেষ গুণাগুণটো আছিল যে, বিয়াত উপস্থিত থকা লোকসকলৰ কোনেও ফোন তুলিব নোৱাৰিব  ম'বাইল ফোনৰ ব্যৱহাস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

July 6, 2022


Entertainment
View Older


From Our Archive

Create Account