Classifieds
View All
গুৱাহাটী, ৯ ছেপ্টেম্বৰঃ বুধবাৰে বিয়লি নিমাতি ঘাটত সংঘটিত হোৱা শোকাবহ নাও দুৰ্ঘটনাৰ বাবে সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা (স্বা) গভীৰ শোক প্ৰকাশ কৰে।
উক্ত ঘটনাটোত আহত ব্যক্তিসকলৰ দ্ৰুত আৰোগ্য কামনা কৰাৰ লগতে অনাকাংক্ষিত মৃত্যুক সাৱটি লোৱা প্ৰতি গৰাকী মৃতকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে।
শেষত আলফা (স্বা) এই দুৰ্ঘটনাৰ শোকৰ সমভাগী হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
Comments