Cartoon
View Older
যোৰহাট, ছেপ্টেম্বৰ ১৭ঃ আজি সন্ধ্যা প্ৰায় ৭ বজাত যোৰহাটৰ ৰাষ্ট্ৰীয় উপ-পথৰ এন আৰ এলৰ ডিপুত এক গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ মটৰ চাইকেলত অহা দুজনীয়া ডকাইটৰ দলে প্ৰথমে বাইকত পেট্ৰল ভৰায় ৷ তাৰ পাছতে শুন্যলৈ গুলীচালনা কৰি ডিপুৰ কৰ্মচাৰীৰ পৰা টকাৰ বেগ কাঢ়ি নিয়ে ৷ জানিব পৰা মতে বেগটোত ১৩,২০০ টকা আছিল ৷
Comments