Cartoon
View Older
গুৱাহাটী,১৫ ছেপ্তেম্বৰ:দেৰগাঁৱৰ আচিহাৰা কাৰাটে স্কুলৰ উদ্যোগত দেৰগাঁৱৰ প্ৰায় ২৫ জন খেলুৱৈয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত মেডেল লাভ কৰিবলৈ সক্ষম হয়।
তথ্য অনুসৰি হায়দাৰবাদত অনলাইন পদ্ধতিৰে অনুষ্ঠিত হোৱা এই কাৰাটে খেলত সোণৰ পদক ১৫ টা আৰু ৰূপৰ পদক ১০ টা লাভ কৰি দেৰগাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা প্ৰতিভাবান খেলুৱৈসকলক মেডেল প্ৰদান কৰা লগতে দেৰগাঁৱৰ উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা সভাত সম্বৰ্ধনা জনায়।
Comments