Cartoon
View Older
গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ ভাৰতৰ সম্পূৰ্ণৰূপে ছিটাকৰণ কৰা লোকসকলৰ ১০ দিনৰ বাবে কোৱৰেন্টিনত ৰখা ভ্ৰমণ পৰামৰ্শৰ পিছতে তীব্র সমালোচনাৰ অন্তত, ব্ৰিটেইনৰ নতুন পৰামৰ্শদাতাই চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ কভিশ্বিল্ডক অনুমোদিত ভেকছিন হিচাপে স্থান দিছে।
৪ অক্টোবৰৰ ৪ বজাৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই নতুন ভ্ৰমণ পৰামৰ্শটোত কোৱা হৈছে, "তালিকাভুক্ত চাৰিটা ভেকছিনৰ ফৰ্মুলেচন - এষ্ট্ৰজেনেকা কভিশ্বিল্ড, এষ্ট্ৰজেনেকা ভেক্সজেভ্ৰিয়া আৰু মডাৰ্ণা টাকেডা অনুমোদিত ভেকছিন হিচাপে যোগ্য।"
ইয়াৰ লগতে কোৱা হৈছে যে, "এগৰাকী ব্যক্তি ইংলেণ্ডত উপস্থিত হোৱাৰ কমেও ১৪ দিন আগতে অনুমোদিত ভেকছিন এটা গ্ৰহণ কৰাটো বাঞ্ছনীয়।"
Comments