Classifieds
View All
গুৱাহাটী,২৩ ছেপ্টেম্বৰঃ আজি গুৱাহাটীত উত্তৰ পূৱৰ ৰাজ্য সমূহৰ বাবে আয়োজন কৰা ৰাইজৰ আঁচনি অভিযান(People's Plan Campaign)ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিযোজন কৰ্মশালাত সম্বোধন কৰে পঞ্চায়তী ৰাজ বিভাগৰ ৰাজ্যিক পৰ্য্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰী কপিল পাটিলে।
উৎসঃ এ আই আৰ নিউজ
Comments