Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6682

বিগ বছ ১৫ শিতানৰ বাবে ছলমান খানক ইমান পাৰিতোষিক দিয়া স্বত্বেও ক'লে পৰ্যাপ্ত মাচুল পোৱা নাই, জানক মূল ঘটনাটো


Published on September 24, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ছলমানে প্ৰকাশ কৰিলে তেওঁৰ আটাইতকৈ দীঘলীয়া সম্পৰ্কৰ কথা


Published on September 24, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ২৪ ছেপ্টেম্বৰঃ টাইগাৰ ৩ চিনেমাত ছলমানক এজেণ্ট অবিনাশ সিং ৰাঠৌৰ ওৰফে টাইগাৰ হিচাপে উভতি অহা দেখা যাব। কেটৰিনাই তেওঁৰ সংগী জয়াৰ চৰিত্ৰত অভিনয় কৰিব। ইয়াৰ লগে লগে শেহতীয়াকৈ ছলমানে তেওঁৰ আটাইতকৈ দীঘলীয়া সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰিছে। 

ছলমানে ধেমালীৰ সুৰত প্ৰকাশ কৰি কৈছিল যে তেওঁৰ দীৰ্ঘতম সম্পৰ্ক ৰিয়েলিটি শ্ব' বিগ বছৰ সৈতে আছিল। প্ৰথমবাৰৰ বাবে ২০১০ চনত বিগ বছ ৪-ৰ সৈতে জড়িত হোৱাৰ পিছত, তেওঁ এক দশকৰো অধিক সময় ধৰি অনুষ্ঠানটোৰ সঞ্চালক হৈ আছে।

বিগ বছ ১৫ ৰ প্ৰিমিয়াৰ ২ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা এখন বিশেষ সংবাদমেলত বিশেষ ছলমানে এক বিশেষ মন্তব্য প্ৰদান কৰিছিল। য'ত তেওঁ কৈছিল যে, "বিগ বছ আৰু মোৰ সম্পৰ্ক, এইটোৱেই সম্ভৱতঃ মোৰ একমাত্ৰ দীঘলীয়া সম্পৰ্ক যি ইমান দিনৰ পৰা কোনো সমস্যা অবিহনে চলি আছে। যদিও আমি চাৰি মাহৰ পিছত পৃথক হৈ যাওঁ, কিন্তু পুনৰাই আমি পৰৱৰ্তী বিগ বছৰ শিতানত মিলিত হওঁ।"

Cartoon
View Older

 

January 26, 2022


Entertainment
View Older


From Our Archive

Create Account