Choose Language

  • All  
  • English
  • অসমীয়া

মহাকাশৰ পৰা পোনপটীয়াকৈ আপোনাৰ ঘৰলৈ আহিব সামগ্ৰী, বিশেষ কাৰখানা নিৰ্মাণ হৈ আছে মহাকাশত


Published on October 5, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

শ্বাহৰুখক লগ পাবলৈ আগতীয়াকৈ অনুমতি ল'ব লগা হয় আৰিয়ানে


Published on October 5, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৫ অক্টোবৰঃ
আৰিয়ান খানে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ চোৰাংচোৱাসকলক কৈছে যে, "তেওঁৰ পিতৃ তথা মেগাষ্টাৰ শ্বাহৰুখ খান ইমান ব্যস্ত হৈ থাকে যে, তেওঁক লগ কৰিবলৈ নিজ পুত্ৰই আগতীয়াকৈ অনুমতি ল'ব লগা হয়।"

ড্ৰাগছৰ গোচৰত আন ১০ জনৰ সৈতে আৰিয়ানক, দেওবাৰে আৰু সোমবাৰে এন চি বিয়ে বিলাসী জাহাজ কৰ্ডেলিয়া ক্ৰুইজত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল। এন চি বিৰ জালত পৰা আন লোকসকল ক্ৰমে, মুনমুম ধামেচা, আৰবাজ মাৰ্চেণ্ট, বিক্ৰান্ত ছোকাৰ, নুপুৰ চাৰিকা, ইমিত সিং, মোহক জয়ছোৱাল আৰু গোমিত চোপ্ৰা। লগতে বাকী লোকসকলক এন চি বিয়ে সোমবাৰে ক্ৰুজাৰত দ্বিতীয়টো অভিযান চলাই আটক কৰিছিল।

ইপিনে, সোমবাৰৰ আদালতৰ মজিয়াত গোচৰৰ শুনানি চলি থকা মূহুর্তষ আৰিয়ানৰ অধিবক্তা সতীশ মানেশিন্দে কৈছিল যে, "আৰিয়ানে জাহাজখনত ড্ৰাগছ বিক্ৰী কৰি থকা নাই, যদি তেওঁ বিচাৰে তেওঁ জাহাজখন কিনি ল'ব পাৰে।"

Cartoon
View Older

 

September 26, 2022




From Our Archive

Create Account