Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6526

আপুনি বায়ুৰে পৰিপূৰ্ণ প্লাষ্টিক ফুটাই ভাল পায় নেকি; ইয়াৰ আঁৰত আছে এক বিশেষ কাৰণ


Published on October 9, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

মাটিত ভৰি দি নোপোৱা চৰাই বিধ


Published on October 9, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৯ অক্টোবৰঃ এইখন পৃথিৱীত বহুতো বন্যপ্ৰাণী আছে, যি নিজ নিজ স্বভাৱৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত। এনে এবিধ চৰাই আছে যি কেতিয়াও মাটিত ভৰি দি পোৱা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই চৰাইবোৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত দেখা যায়। 

মহাৰাষ্ট্ৰৰ ৰাজ্যিক চৰাই হৰিয়াল হৈছে এই বিধ চৰাই যি কেতিয়াও মাটিত ভৰি নিদিয়ে। এই চৰাইবোৰে ওখ গছ অথবা অৰণ্যত থাকিবলৈ পছন্দ কৰে। ই প্ৰায়ে মানুহে সজা বাহ অথবা বট গছৰ ওপৰত নিজে তৈয়াৰ কৰা বাহত বসবাস কৰে। বেছিভাগ হৰিয়াল চৰাই জাকত পোৱা যায়। 

হালধীয়া ভৰি আৰু কপৌসদৃশ হৰিয়ালৰ আকাৰ ২৯ ৰ পৰা ৩৩ চেণ্টিমিটাৰৰ ভিতৰত হয়। নেজৰ দৈৰ্ঘ্য ৰ পৰা ১০ চে.মি.ৰ ভিতৰত। হৰিয়ালৰ ওজন ২২৫ ৰ পৰা ২৬০ গ্ৰামৰ ভিতৰত হয়। চৰাইটোৰ ডিঙি সোণালী হালধীয়া ৰঙৰ। এইবোৰক জাকৰুৱা চৰাই বুলি কোৱা হয় আৰু সিহঁতে জাকত থাকিবলৈ ভাল পায়। এই চৰাইবোৰৰ প্ৰজনন ঋতু মাৰ্চ আৰু জুন মাহৰ মাজত হয়। এই চৰাইবিধৰ বৈজ্ঞানিক নাম হৈছে ট্ৰেৰন ফোনিকপ্টেৰা।
 

Cartoon
View Older

 

November 30, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account