Classifieds
View All
গুৱাহাটী, ১৯ অক্টোবৰঃ ক'ভিড মহামাৰীৰ ফলত সৃষ্টি হোৱা দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত মঙলবাৰে পুনৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম মানলৈ আৰু একাদশ শ্রেণীৰ শিক্ষাৰ্থীসকলে বিদ্যালয়ত শ্ৰেণী ভিত্তিক পাঠদানৰ বাবে উপস্থিত হয়।
অসম চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা সকলো নিৰ্দেশনা মানি সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহে পাঠদান কাৰ্য্যসূচী পুনৰ মুকলি কৰে।
Comments