Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
6570

নিমখৰ পৰিৱৰ্তে গ্ৰহণ কৰিব পাৰে এইসমূহ খাদ্য, আয়ডিনৰ ভাল উৎস হোৱাৰ লগতে থাইৰইডৰ সমস্যাৰ বাবেও লাভদায়ক


Published on October 22, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ধৰ্মীয় আৰু মাংগলিক অনুষ্ঠানত নগদ টকাৰ সৈতে এটকীয়া মুদ্ৰা দিয়াৰ বিশেষ কাৰণটো


Published on October 22, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২২ অক্টোবৰঃ ভাৰত হৈছে এখন উৎসৱ-পাৰ্বনেৰে পৰিপূৰ্ণ এখন দেশ। দেৱালী হওঁক বা ৰাখীবন্ধন হওঁক প্ৰতিটো উৎসৱে অতি আনন্দ-ফুৰ্তিৰে উদযাপন কৰাটো ভাৰতীয় লোকসকলৰ এক অভ্যাস। বৰ্তমানে দীপাৱলী উৎসৱ সোনকালেই আহি আছে। 

ভাৰতবৰ্ষত হিন্দু ধৰ্মৰ লোকসকলৰ ধৰ্মীয় তথা মাংগলিক অনুষ্ঠানসমূহত নগদ টকাৰ লগত ১ টকাৰ মুদ্ৰা দিয়াটো এক পৰম্পৰা হিচাপে প্ৰচলিত হৈ আহিছে।কিন্তু আজিলৈ হয়টো কোনেও লক্ষ্য কৰা নাই, যে এই ১ টকাৰ মুদ্ৰাটো লগত দিয়াৰ প্ৰকৃত কাৰণটো কি! 

ভাৰতীয় পৰিয়ালত, ১০০ টকা হওক বা ৫০০ টকাই হওক লগত ১ টকাৰ মুদ্ৰা নিশ্চিতভাৱে দিয়া হয়। দৰাচলতে, এইটো বিশ্বাস কৰা হয় যে আপুনি যদি নগদ টকাৰ সৈতে ১ টকাৰ মুদ্ৰা লগত দিয়ে, তেন্তে ইয়াক শুভ বুলি গণ্য় কৰা হয়। কিয়নো ভাৰতত বাস কৰা লোকসকলে নগদ টকাৰ পিছত থকা ০ সংখ্যাটোৰ সৈতে ধন প্ৰদান কৰাটো অশুভ বুলি বিবেচনা কৰে।

অৱশ্যে এই ৰীতি-নীতিৰ আঁৰত ভাৰতীয়সকলে বিশ্বাস কৰে যে, যদিহে ৫০১ টকাৰ ভিতৰত, ৫০০ টকা বাদ দি অৰ্পণ কৰা ১ টকাটো সদায় সঞ্চয় হিচাপে ধৰি জমা কৰি থোৱা হয়। যাক জ্যেষ্ঠসকলে আশীৰ্বাদ, প্ৰেম আৰু যোগাত্মক শক্তি হিচাপেও বিবেচনা কৰে।

Cartoon
View Older

 

December 9, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account