Choose Language

  • All  
  • English
  • অসমীয়া

বিভিন্ন ৰোগৰ পৰা সকাহ পাবলৈ প্ৰতিদিনে একোটাকৈ সিজোৱা কণী খাওক


Published on October 27, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

এই ৪ বিধ বস্তুৱে বৰ্ধিত ইউৰিক এচিডৰ হাৰ নিয়ন্ত্ৰণ কৰিব, মাত্ৰ এবাৰ আহাৰত অন্তৰ্ভুক্ত কৰক আৰু ফলাফল চাওঁক


Published on October 26, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ২৬ অক্টোবৰঃ অখাদ্য খোৱাৰ ফলত শৰীৰত বহুতো ৰোগৰ আশংকা বৃদ্ধি কৰে। ইয়াৰে এটা মুখ্য ৰোগ হৈছে ইউৰিক এচিড। আজিকালি যুৱপ্ৰজন্মকো ইউৰিক এচিডৰ সমস্যাত ভুগা দেখা যায়। সাধাৰণতে, শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে হাড়বোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ যায়। যাৰ প্ৰত্যক্ষ প্ৰভাৱ বৃক্কৰ ওপৰত পৰে। অৱশ্যে, চিকিৎসকৰ পৰামৰ্শ লৈ আৰু কিছুমান পানীয় সেৱন কৰি ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰি। 

১. কফি

শৰীৰত ইউৰিক এচিডৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত কফি কাৰ্যকৰী। আমেৰিকান জাৰ্নেল অফ কিডনী ডিজিজত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি, কফি সেৱনে বৃক্কক সঠিকভাৱে কাৰ্যকৰী কৰে। ইয়াৰ ফলত, ই ইউৰিক এচিড সঠিকভাৱে নিষ্কাশন কৰিবলৈ সক্ষম হয় আৰু ইউৰিক এচিড স্তৰ নিয়ন্ত্ৰণত থাকে।

২. বীট

বীট স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী। বীটত সন্তুলিত পৰিমাণত বহুতো উপাদান পোৱা যায়। যেনে কাৰ্বোহাইড্ৰেট, খনিজ, ভিটামিন আৰু ক্লোৰিন। এই সকলোবোৰ ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰাত কাৰ্যকৰী। অৱশ্যে, মধুমেহ ৰোগীয়ে ইয়াক গ্ৰহণ কৰিব নালাগে। 

৩. পানী

আপোনাৰ ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী খাব। ইয়াৰ ফলত বৃক্কৰ জৰিয়তে শৰীৰৰ পৰা ইউৰিক এচিড আঁতৰ কৰাত সহায় কৰে। 

৪. কমলা টেঙা

বৰ্ধিত ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰাত কমলা ৰস অতিকৈ কাৰ্যকৰী। ইয়াক সেৱন কৰিলে শৰীৰত ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণত থাকে আৰু ইয়াৰ ফলত আৰ্থ্ৰাইটিছ নহয়।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

November 30, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account