Classifieds
View All
গুৱাহাটী, ১৩ নৱেম্বৰঃ শনিবাৰে পুৱা ৫ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিকবক্সাৰ আলফা (স্বা)ত যোগদান কৰাৰ খবৰ পোৱা গৈছে। যুৱতীকেইগৰাকীয়ে ঘন অৰণ্যৰ ভিতৰৰে অচিনাক্ত ঠাইৰ দিশে খোজ কাঢ়ি গৈ থকা ৫ দিন পূৰ্বে সংগ্ৰহ কৰা এটা ভিডিঅ' প্ৰকাশ পাইছিল, যাৰ ফলত যুৱকী কেইগৰাকী আলফাত যোগদান কৰিছে বুলি আশংকা ব্য়ক্ত কৰা হৈছিল। কিন্তু আলফা (স্বা)ৰ সেনাধ্য়ক্ষ পৰেশ বৰুৱাই যুৱতীকেইগৰাকীয়ে আলফাত যোগদান কৰাৰ কথা সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে।
ইপিনে, কিকবক্সাৰ নয়নমণি চেতিয়া আৰু সবিতা চেতিয়াৰ লগতে আন তিনিগৰাকী যুৱতী মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল। নয়নমণি চেতিয়া তিনিচুকীয়া জিলাৰ বাসিন্দা আৰু সবিতা চেতিয়া ধেমাজি জিলাৰ গোগামুখৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
Comments
৫ গৰাকী প্ৰতিভাশালী যুৱতীৰ আলফা (স্বা) যোগদান
Published on November 13, 2021|News Source : অৰূপ ডেকা
ইপিনে, কিকবক্সাৰ নয়নমণি চেতিয়া আৰু সবিতা চেতিয়াৰ লগতে আন তিনিগৰাকী যুৱতী মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল। ইয়াৰে, নয়নমণি চেতিয়া তিনিচুকীয়া জিলাৰ বাসিন্দা আৰু সবিতা চেতিয়া ধেমাজি জিলাৰ গোগামুখৰ বাসিন্দা বুলি জানিব পৰা গৈছে।