Classifieds
View All
গুৱাহাটী, ১৬ ডিচেম্বৰঃ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজিৰে পৰা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ৰাজহুৱা শুনানি অনুষ্ঠিত হ'ব।
আজি অসমৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, ছিক্কিম আৰু নাগালেণ্ডৰ মানৱাধিকাৰ উলংঘন সম্পৰ্কীয় ৩১টা গোচৰৰ আৰু কাইলৈ ইতিমধ্যে অগ্ৰগতি লাভ কৰা ৯টা গোচৰৰ অনুমোদনৰ বাবে গ্ৰহণ কৰা হ'ব।
Comments