Classifieds
View All
গুৱাহাটী, ১৬ ডিচেম্বৰঃ গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলা কেন্দ্ৰৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আণ্ডাৰ দ্যা ছাল ট্ৰি ২০২১ নাট সমাৰোহ অনুষ্ঠিত হৈছে।
বিশিষ্ট নাট্যকৰ্মী সুনীল শানবাগে কালি এই সমাৰোহ মুকলি কৰাৰ পাছত পুৱাৰ ভাগত ৰাভা ভাষাৰ ‘বড়া ৰজা’ নামৰ নাটখন প্ৰদৰ্শন কৰা হয়।
সম্পূৰ্ণৰূপে থলুৱা সা-সৰঞ্জাম আৰু থলুৱা বাদ্যযন্ত্ৰক প্ৰাধান্য দিয়া এই সমাৰোহত এইবাৰ পশ্চিমবংগ, তামিলনাডু আৰু মণিপুৰৰ এটাকৈ নাট্যদলৰ লগতে অসমৰ দুটা নাট্যদলে অংশগ্ৰহণ কৰিছে।
উৎসঃ এ আই আৰ নিউজ
Comments