Classifieds
View All
গুৱাহাটী, ২৭ ডিচেম্বৰঃউত্তৰ পূবত ধৰা পৰিল প্ৰথমগৰাকী অমিক্ৰণত আক্ৰান্ত ব্যক্তি।মণিপুৰত পোহৰলৈ আহিল উত্তৰ-পূবৰ প্ৰথমটো অমিক্ৰণ সংক্ৰমণৰ ঘটনা।৪৮ বছৰীয়া এজন লোক আক্ৰান্ত হৈছে অমিক্ৰণত।
মণিপুৰত ঘৰ ব্যক্তিগৰাকীৰ।কিছুদিন পূৰ্বে তাঞ্জানিয়াৰ পৰা উভতি আহিছিল লোকজন।ইতিমধ্যে, আক্ৰান্ত ব্যক্তিগৰাকীৰ নমুনা ইম্ফলৰ আই.বি.এছ.ডিলৈ প্ৰেৰণ কৰা হৈছে।লোকজন ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছে।
Comments